শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ…

1,069
  • দিল্লীৰ চিকিৎসালয়ত নিৰাপত্তাহীনতাত ভুগিছে চিকিৎসক তথা চিকিৎসা কৰ্মী।
  • নিজামুদ্দিন মাৰ্কাজৰ পৰা নি চিকিৎসালয়ত ভৰ্তি কৰা একাংশ ৰোগীয়ে আইন শৃংখলাজনীত পৰিস্থিতি সৃষ্টি কৰিছে চিকিৎসালয়ত।
  • সহযোগ কৰা নাই চিকিৎসা কৰ্মী তথা চিকিৎসালয়ৰ কৰ্তপক্ষৰ সৈতে।
  • দিল্লী চৰকাৰে দিল্লী আৰক্ষী কমিছনলৈ লিখিছে পত্ৰ।
  • দিল্লী চিকিৎসালয় আৰু কোৱাৰেন্টাইন চেন্টাৰসমূহত উপযুক্ত নিৰাপত্তা ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছে দিল্লী আৰক্ষীক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি