২৪ ঘন্টাত ১১০১ জন আক্ৰন্ত কোৰোনাত…

২৪ ঘন্টাত ১১০১ জন আক্ৰন্ত কোৰোনাত…
  • দেশত পুনৰ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।
  • বিগত ২৪ ঘন্টাত দিল্লীত ১১০১ জন আক্ৰান্ত হৈছে কোৰোনাত।
  • মৃত্যু হৈছে এজন ব্যক্তিৰ।
  • সোমবাৰে প্ৰকাশ পাইছে এই তথ্য।
  • দিল্লীত মুঠ ১৫,৬৪২ জনৰ কোৰোনা পৰীক্ষা কৰি হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in