দিল্লীত বিগত ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৬৬০ জন…

দিল্লীত বিগত ২৪ ঘন্টাত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৬৬০ জন…
  • দিল্লীত কোৰোনাৰ সন্ত্ৰাস পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে।
  • বিগত ২৪ ঘন্টাত নতুনকৈ আক্ৰান্ত হৈছে ৬৬০ জন লোক।
  • ইফালে প্ৰাণ হেৰুৱাইছে ১৪ জন লোকে।
  • মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে ১২,৩১৯লৈ।
  • মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২০৮।
  • এতিয়া চিকিৎসা প্ৰদান কৰি থকা হৈছে ৬,২১৪ গৰাকী লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in