শেহতীয়া খবৰ

দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৩,৪১৮ জনলৈ বৃদ্ধি…

168
  • দিল্লীত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৫০৮ জন লোক।
  • ইফালে দেশৰ ৰাজধানীখনত মুঠ ১৩,৪১৮ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • ২৩ মে’ৰ মাজনিশালৈকে এইসকল লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • ইফালে দিল্লীত কোৰোনাৰ ফলত প্ৰাণ হেৰুৱাইছে ২৬১ গৰাকী লোকে।
  • দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে এই কথা সদৰি কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি