দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৩,৪১৮ জনলৈ বৃদ্ধি…

দিল্লীত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১৩,৪১৮ জনলৈ বৃদ্ধি…
  • দিল্লীত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৫০৮ জন লোক।
  • ইফালে দেশৰ ৰাজধানীখনত মুঠ ১৩,৪১৮ গৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • ২৩ মে'ৰ মাজনিশালৈকে এইসকল লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • ইফালে দিল্লীত কোৰোনাৰ ফলত প্ৰাণ হেৰুৱাইছে ২৬১ গৰাকী লোকে।
  • দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনে এই কথা সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in