দিল্লী কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ অজয় মাকেনৰ

দিল্লী কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ অজয় মাকেনৰ
  • দিল্লী কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ অজয় মাকেনৰ।
  • শুকুৰবাৰে পুৱা পদত্যাগ কৰে দিল্লীৰ কংগ্ৰেছ অধ্যক্ষ জনে।
  • টুইটাৰযোগে এই ঘোষণা কৰে অজয় মাকেনে।
  • ইতিমধ্যে পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে ৰাহুল গান্ধীয়ে।
  • বিগত ৪ বছৰ ধৰি দিল্লী কংগ্ৰেছৰ অধ্যক্ষ পদত আছিল মাকেন।
  • সুত্ৰৰ খবৰ অনুসৰি, অজয় মাকেনক প্ৰদান কৰা হ'ব কেন্দ্ৰীয় সমিতিৰ অন্য কোনো গুৰুত্বপূৰ্ণ পদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in