শেহতীয়া খবৰ
প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মৃত্যুঃ কোনে উলিয়াইছে এই ভুৱা খবৰ...  •  চিৰাঙত চোৰাং কাঠ সৰবৰাহত জড়িত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন…  •  ৰাজ্যত পুনৰ ৪৫৯৩জন কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬৮,৯৯৯ জনলৈ বৃদ্ধি...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  ১৬ আগষ্টৰ পৰা পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব পাৰে খোলা...  •  কোভিড-১৯ঃ পুনৰ ৬জনে হেৰুৱালে প্ৰাণ, ৰাজ্যত মৃত্যু হোৱা লোকৰ সংখ্যা ১৬১জনলৈ বৃদ্ধি...  •  গোৱালপাৰাত একেদিনাই ১১০জন কোভিড পজিটিভ, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৯৮ জনলৈ বৃদ্ধি  •  ধেমাজিত পুনৰ ১৬২ গৰাকীৰ কোভিড পজিটিভ চিনাক্ত...  •  যোৱা ২৪ ঘন্টাত ৰাজ্যত ১,৪৩,১০৯জনৰ কোভিড টেষ্ট...  •  নাৰায়ণপুৰত মনিকাঞ্চন কলা নিকেতনৰ সত্ৰীয়া সংগীত সমাৰোহ...

কিয় লেতেৰা হৈছে দিল্লীৰ পৰিৱেশ, ক’লে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে…

89
  • ‘যোৱা ৪ মাহত দিল্লীৰ জলবায়ু ভাল হৈ আছে।’
  • ‘বাহিৰৰ পৰা অহা ধোৱাই বিষাক্ত কৰিছে পৰিৱেশ।’
  • ‘বৰ্হি ৰাজ্যৰ পৰা অহা ধোৱাৰ বাবে ক্ৰমাৎ লেতেৰা হৈছে পৰিৱেশ।’
  • ‘প্ৰতিখন ৰাজ্যই পদক্ষেপ গ্ৰহণ কৰিব লাগিব।’
  • সোমবাৰে এই মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
  • উল্লেখ্য যে, অক্টোবৰৰ শেষ সপ্তাহৰ পৰা নৱেম্বৰৰ মাজ ভাগলৈ দিল্লীৰ পৰিৱেশ অধিক লেতেৰা হোৱা সম্ভাৱনা আছে।
  • এই সংক্ৰান্ততে সোমবাৰে এনে মন্তব্য কৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি