মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ভাড়া নিদিয়াকৈ দিল্লীৰ মহিলাই কৰিব পাৰিব চৰকাৰী বাছত যাত্ৰা…

মুখ্যমন্ত্ৰীৰ ঘোষণাঃ ভাড়া নিদিয়াকৈ দিল্লীৰ মহিলাই কৰিব পাৰিব চৰকাৰী বাছত যাত্ৰা…
  • স্বাধীনত দিৱসত দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিলে ৰাজ্যবাসীক ভাল খবৰ।
  • ডিটিচি আৰু ক্লষ্টৰ বাছত মহিলাসকলে বিনা ভাড়াত যাত্ৰা লাভ কৰিব।
  • ২৯ অক্টোবৰৰ পৰা ৰাজ্যবাসীয়ে লাভ কৰিব এই সুবিধা।
  • এই সিদ্ধান্তই সকাহ দিব দিল্লীবাসীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in