দিল্লীৰ পৰিস্থিতিক লৈ নিজা বাসগৃহত মুখ্যমন্ত্ৰী কেজৰিৱালৰ বৈঠক…

দিল্লীৰ পৰিস্থিতিক লৈ নিজা বাসগৃহত মুখ্যমন্ত্ৰী কেজৰিৱালৰ বৈঠক…
  • ৰণক্ষেত্ৰলৈ পৰিণত হৈছে ৰাজধানী চহৰ দিল্লী।
  • দিল্লীৰ পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সোমবাৰে নিশাই বৈঠক আহ্বানৰ পিছত কেজৰিৱালৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • নিজা চৰকাৰী বাসগৃহত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মন্ত্ৰীসকলৰ সৈতে বহিছে বৈঠকত।
  • ইফালে সমগ্ৰ দিল্লীতে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ লগতে কিছু অঞ্চলত ১৪৪ ধাৰা জাৰি।
  • উল্লেখ্য যে, সোমবাৰৰ হিংসাত্মক ঘটনাত মৃত্যুৰ সংখ্যা শেহতীয়াকৈ ৭ লৈ বৃদ্ধি পাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in