কোৰোনাৰ প্ৰকোপ দেখি মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠকৰ আহ্বান…

কোৰোনাৰ প্ৰকোপ দেখি মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠকৰ আহ্বান…
  • কোৰোনাৰ বৰ্দ্ধিত প্ৰকোপ দেখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আয়োজন কৰিছে জৰুৰী বৈঠক।
  • চৰকাৰৰ প্ৰতিনিধিৰ লগতে প্ৰশাসনৰ শীৰ্ষস্থানীয় বিষয়-ববীয়াৰ সৈতে কৰিব আলোচনা।
  • ইতিমধ্যে আৰম্ভ হৈছে এই বৈঠকৰ।
  • উল্লেখ্য যে, বিগত ২৪ঘন্টাত কেইবা শতাধিক লোক নতুনকৈ আক্ৰান্ত হৈছে কোৰোনাত।
  • শেহতীয়াকৈ নয়দাত লকডাউন জাৰি কৰা হৈছে যদিও অন্য কিছু অঞ্চলত লকডাউন জাৰি কৰাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in