কেজৰিৱাল চৰকাৰে কোৰোনাত পিতৃ – মাতৃ হেৰুওৱা শিশুক প্ৰদান কৰিব মাহে ২৫০০ টকাকৈ…

Kejriwal
Kejriwal
  • অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বিশেষ পদক্ষেপ ।
  • কোৰোনাত পিতৃ-মাতৃ হেৰুওৱা শিশুৰ বাবে এই পদক্ষেপ কেজৰিৱাল চৰকাৰৰ ।
  • পিতৃ-মাতৃ হেৰুওৱা শিশু সকলক প্ৰতি মাহে প্ৰদান কৰা হ'ব ২৫০০ টকা ।
  • শিশু সকলক প্ৰদান কৰা হ'ব বিনামূলীয়া শিক্ষা ।
  • ইফালে দিল্লীৰ ৭২ লাখ লোকক প্ৰদান কৰা হ'ব ৬ কেজিকৈ ৰেচন ।
  • ৰেচন কাৰ্ড নথকা সকলোকো প্ৰদান কৰা হ'ব ৰেচন ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in