ৰাষ্ট্ৰীয় দিল্লীৰ এইমছত ভয়ংকৰ অগ্নিকাণ্ড… অসমীয়া প্ৰতিদিন ৰ দ্বাৰা Mar 24, 2019 ত 73 শ্বেয়াৰ কৰক দিল্লীৰ এইমছত ভয়ংকৰ অগ্নিকাণ্ড। এইমছৰ অপাৰেশ্যন থিয়েটাৰত সংঘটিত এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা। ৰোগীসকলক সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। 73 শ্বেয়াৰ কৰক