ঘন কুঁৱলীৰ বাবে নিৰ্দিষ্ট সময়ত যাত্ৰা কৰিব পৰা নাই ৰে’ল-বিমান

ঘন কুঁৱলীৰ বাবে নিৰ্দিষ্ট সময়ত যাত্ৰা কৰিব পৰা নাই ৰে’ল-বিমান
  • ঘন কুঁৱলীৰ আচ্ছাদনত ডুব গৈছে ধৰা।
  • ঘন কুঁৱলীৰ বাবে পলমকৈ চলিছে কেইবাটাও বিমান বন্দৰৰ বিমান সেৱা।
  • দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সকলো বিমান উৰণত হৈছে বিলম্ব।
  • যাৰ ফলত যাত্ৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।
  • কুঁৱলীৰ বাবে বাধাৰ সৃষ্টি হৈছে ৰে'ল চলাচলতো।
  • বিভিন্ন অঞ্চলত কুঁৱলীৰ বাবে আবদ্ধ হৈ আছে ৰে'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in