দিখৌত জপিওৱা মহিলাৰ সন্ধানত এছ ডি আৰ এফৰ উদ্ধাৰ অভিযান

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দেওবাৰে নাজিৰাৰ দিখৌ নৈত এছ ডি আৰ এফৰ অভিযান।
  • শনিবাৰে সন্ধিয়া দিখৌ নদীত জঁপিয়াইছিল এগৰাকী মহিলাই।
  • মহিলাগৰাকীক বিচাৰি উদ্ধাৰ অভিযান চলাইছে এছ ডি আৰ এফ বাহিনীয়ে।
  • বৰ্তমানলৈকে মহিলাগৰাকীৰ কোনো সন্ধান পোৱা নাই অভিযানকাৰী দলটোৱে।
  • মহিলাগৰাকীৰ ঘৰ নাজিৰাৰ ধঁপাত পট্টিত।
  • শনিবাৰে দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰীয়ে চলাইছিল অভিযান।
  • ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in