দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনা…

দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনা…
  • দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনাৰ  ঘটনা সংঘটিত হৈছে।
  • এই সংঘৰ্ষত বৰ্তমানলৈকে নিহত হৈছে তিনি জনলোক।
  • প্ৰাপ্ত তথ্য মতে দিল্লীৰ দাগী অপৰাধী জিতেন্দ্ৰ গোগীৰ মৃত্যু হৈছে এই গুলীচালনাত ।
  • দিল্লীৰ ৰোহিনী আদালতত গেংষ্টাৰ গোগীলৈ লক্ষ্য কৰিয়ে চলোৱা হৈছিল গুলী।
  • আক্ৰমণকাৰীৰ দলটোৰ সদস্যসকলে ব্যৱহাৰ কৰিছিল  উকীলৰ পোছাক।
  • তিলু দলৰ লোক এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
  • উল্লেখযোগ্য যে তিলু আৰু গোগী দলৰ মাজত দীৰ্ঘদিন ধৰি  সংঘাত চলি আছিল।
  • দীৰ্ঘদিনীয়া সংঘৰ্ষৰ ফলতেই সংঘটিত হ'ল এই ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in