শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনা…

  • দিল্লীৰ ৰোহিনী আদালতত প্ৰচণ্ড গুলীচালনাৰ  ঘটনা সংঘটিত হৈছে।
  • এই সংঘৰ্ষত বৰ্তমানলৈকে নিহত হৈছে তিনি জনলোক।
  • প্ৰাপ্ত তথ্য মতে দিল্লীৰ দাগী অপৰাধী জিতেন্দ্ৰ গোগীৰ মৃত্যু হৈছে এই গুলীচালনাত ।
  • দিল্লীৰ ৰোহিনী আদালতত গেংষ্টাৰ গোগীলৈ লক্ষ্য কৰিয়ে চলোৱা হৈছিল গুলী।
  • আক্ৰমণকাৰীৰ দলটোৰ সদস্যসকলে ব্যৱহাৰ কৰিছিল  উকীলৰ পোছাক।
  • তিলু দলৰ লোক এই ঘটনাৰ লগত জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে।
  • উল্লেখযোগ্য যে তিলু আৰু গোগী দলৰ মাজত দীৰ্ঘদিন ধৰি  সংঘাত চলি আছিল।
  • দীৰ্ঘদিনীয়া সংঘৰ্ষৰ ফলতেই সংঘটিত হ’ল এই ঘটনা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি