শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

লোকসভাত ভাৰত-চীন সীমান্তৰ সন্দৰ্ভত কি ক’লে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে…

126

ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাত ভাৰত-চীন সীমান্তক লৈ বিস্তৃত মন্তব্য কৰে। ৰাজনাথ সিঙে কয় যে, ‘ চৰকাৰে বিভিন্ন গোপনীয় এজেঞ্চীসমূহৰ মাজত সমন্বয়ৰ এক বিস্তৃত টাইম টেষ্টেড মেচিন আছে। য’ত কেন্দ্ৰীয় আৰক্ষী বাহিনী আৰু তিনি সশস্ত্ৰ বাহিনীৰ গোপনীয় এজেঞ্চী অন্তৰ্ভুক্ত হৈ আছে। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে লাডাখত থকা আমাৰ বীৰ জোৱানসকলৰে মিলিত হৈছে। আৰু তেওঁ জোৱানসকলক কয় যে, সমগ্ৰ দেশবাসী আপোনালোকৰ সৈতে আছে।’

তেওঁ লগতে কয়- ‘ময়ো লাডাখলৈ গৈছিলো। দেশৰ বীৰ জোৱানসকলৰ সৈতে সময় অতিবাহিত কৰিছিলো। মই তাত গৈ অদম্য সাহস অনুভৱ কৰিলো বীৰ জোৱানসকলৰ মাজত। এপ্ৰিলৰ পৰা পূব লাডাখ সীমান্তত চীনৰ সেনা বাহিনীৰ সংখ্যা তথা তেওঁলোকৰ যুদ্ধ সামগ্ৰীৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে…।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি