শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

ৰাফেল যুঁজাৰু বিমানত উঠি উৰা মাৰিলে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে… চাওঁক VIDEO

282
  • মঙলবাৰে ফ্ৰান্সৰ পৰা ভাৰতক প্ৰদান কৰা হ’ল ৰাফেল যুঁজাৰু বিমান।
  • খোদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পেৰিছলৈ গৈ গ্ৰহণ কৰে এই যুঁজাৰু বিমানখন।
  • লগতে ৰাফেলত পৰীক্ষামূলকভাৱে উৰা মাৰে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে।
  • প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে বিমান খন উৰাই ডছৌলট এভিয়েশ্যনৰ মুখ্য পাইলট ফিলিপ ডুচাটিউৱে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি