ভাৰতক বেয়া চকুৰে চোৱা সকলোকে দিয়া হ’ব প্ৰত্যুত্তৰঃ লাডাখত প্ৰতিৰক্ষা মন্ত্ৰীৰ হুংকাৰ…

ভাৰতক বেয়া চকুৰে চোৱা সকলোকে দিয়া হ’ব প্ৰত্যুত্তৰঃ লাডাখত প্ৰতিৰক্ষা মন্ত্ৰীৰ হুংকাৰ…

ডিজিটেল ডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে পুৱাই জম্মু-কাশ্মীৰত উপস্থিত হোৱা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনা সকলৰ সাহস বৃদ্ধি কৰি কয়, ভাৰতলৈ যদি কোনোৱ বেয়া চকুৰে চায়, তাৰ উচিত প্ৰত্যুত্তৰ আমি দিমেই।

তেওঁ লগতে কয়, ভাৰতে কোনো জোৱানৰ বলিদান নাপাহৰে। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়েও সেই কথা আপোনালোকক কৈছে।আপোনালোকে কেৱল সীমান্ত সুৰক্ষাই নহয়, দেশৰ ১৩০কোটি জনতা আপোনালোকৰ বাবেই নিৰ্ভয়ে আছে। উল্লেখ্য যে, ৰাজনাথ সিঙৰ সৈতে জম্মু-কাশ্মৰলৈ ৰাওনা হৈছে বিপিন ৰাৱটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in