কাশ্মীৰৰ প্ৰসংগত কংগ্ৰেছক সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ…

কাশ্মীৰৰ প্ৰসংগত কংগ্ৰেছক সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ…
  • হাৰিয়ানাত উপস্থিত হৈ কংগ্ৰেছক সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ।
  • জম্মু-কাশ্মীৰৰ প্ৰসংগ উত্থাপন কৰি কংগ্ৰেছক সমালোচনা কৰে নেতাগৰাকীয়ে।
  • তেওঁ কয় যে, 'কাশ্মীৰ ভাৰতৰ আভ্যন্তৰীণ বিষয়।'
  • 'কংগ্ৰেছে কাশ্মীৰৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় কৰিব বিচাৰিছে নেকি?'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in