ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচ এব্ৰ’ড হিচাপে অসম সন্তান কৰবী গগৈক নিযুক্তি প্ৰদান…

ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচ এব্ৰ’ড হিচাপে অসম সন্তান কৰবী গগৈক নিযুক্তি প্ৰদান…
  • ভাৰতীয় নৌ সেনাত প্রথমগৰাকী মহিলা ডিফেন্স এটাচ এব্ৰ'ড নিযুক্তি।
  • নৌ সেনাত এই পদত নিযুক্তি দিয়া হৈছে এগৰাকী অসম সন্তানক।
  • ৰাছিয়াত ভাৰতীয় দূতাবাস পদত নিযুক্তি প্ৰদান লেফটেনেন্ট কামাণ্ডাৰ কৰবী গগৈক।
  • লেফটেনেন্ট কামাণ্ডাৰ কৰবী গগৈ বৰ্তমান কৰ্ণাটকত কৰ্মৰত।
  • প্ৰতিৰক্ষা কূটনীতিৰ গুৰুত্ব দায়িত্বত অসম সন্তান।
  • কৰবী গগৈয়ে এই দায়িত্ব গ্ৰহণ কৰিব চলিত বৰ্ষৰ ডিচেম্বৰ মাহত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in