শেহতীয়া খবৰ
তিনিচুকীয়াৰ বহুচৰ্চিত ৰেণু গগৈ চাংমাইৰ হত্যাকাণ্ডৰ ঐতিহাসিক ৰায়দান...  •  নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ প্ৰতিজন নাগৰিককে সচেতন কৰি তুলিবই লাগিব: মন্ত্ৰী হাজৰীকা  •  শিশু বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ প্ৰৱীণ...  •  আছু গেলিছে নেকি?  •  ৰেডিশ্বন ব্লুলৈ আহিয়েই আছে শিৱসেনাৰ বিসম্বাদী বিধায়ক...  •  ট্ৰেক্টৰেৰে খুন্দিয়াই হত্যাৰ চেষ্টা আৰক্ষী বিষয়াক...  •  কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত জলপথ মন্ত্ৰালয়ৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  বানত ডুবি থকা ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা চুৰি, আটক এজন...  •  কি হ'ব মহাৰাষ্ট্ৰৰ? আন এগৰাকী বিধায়ক উপস্থিত গুৱাহাটীত...  •  বটদ্ৰৱা সাংবাদিক সন্থাৰ উদ্যোগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শতাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা...

ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা ডিফেন্স এটাচ এব্ৰ’ড হিচাপে অসম সন্তান কৰবী গগৈক নিযুক্তি প্ৰদান…

  • ভাৰতীয় নৌ সেনাত প্রথমগৰাকী মহিলা ডিফেন্স এটাচ এব্ৰ’ড নিযুক্তি।
  • নৌ সেনাত এই পদত নিযুক্তি দিয়া হৈছে এগৰাকী অসম সন্তানক।
  • ৰাছিয়াত ভাৰতীয় দূতাবাস পদত নিযুক্তি প্ৰদান লেফটেনেন্ট কামাণ্ডাৰ কৰবী গগৈক।
  • লেফটেনেন্ট কামাণ্ডাৰ কৰবী গগৈ বৰ্তমান কৰ্ণাটকত কৰ্মৰত।
  • প্ৰতিৰক্ষা কূটনীতিৰ গুৰুত্ব দায়িত্বত অসম সন্তান।
  • কৰবী গগৈয়ে এই দায়িত্ব গ্ৰহণ কৰিব চলিত বৰ্ষৰ ডিচেম্বৰ মাহত।