অভিনেত্ৰী দিপীকা সিঙৰ মাতৃ আক্ৰান্ত কোৰোনাত…

অভিনেত্ৰী দিপীকা সিঙৰ মাতৃ আক্ৰান্ত কোৰোনাত…

ডিজিটেল ডেস্কঃ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা দিপীকা সিঙৰ মাতৃ আক্ৰান্ত হৈছে কোৰোনাত। দিল্লীৰ নিৱাসী দিপীকা সিঙৰ মাতৃয়ে বৰ্তমান দিল্লীত হস্পিতালত লাভ কৰা নাই বিচনা। কেৱল এয়াই নহয় চিকিৎসকে বৰ্তমানলৈ তেওঁক কোনোধৰণৰ কথা ভালকৈ বুজাই নোকোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে কোৰোনাৰ বাবে মুম্বাইতে আৱদ্ধ হৈ থকা অভিনেত্ৰী দিপীকা সিঙে ইষ্টাগ্ৰাম যোগে মুখ্যমন্ত্ৰী কেজৰিৱালক এই বিষয়ৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। উল্লেখ্য যে, দিল্লীত বিগত কেইটামান দিনত অতি বেছিকৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in