শেহতীয়া খবৰ
ৰাজ্যত আকৌ ১৯জন কোৰোনা পজিটিভ...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  অস্বস্তিত নেকি চৰকাৰ! ৫০ সহস্ৰাধিকৰ উপস্থিতিত জেৰেঙাত মোডীয়ে বিলালে লক্ষাধিকৰ ভূমি পট্টা...  •  উত্তৰাখণ্ডৰ গংগোত্ৰীৰ স্বামী অজয় যোগীৰ বটদ্ৰৱা থান দৰ্শন...  •  ধেমাজি গ্ৰন্থ উৎসৱ-২০২১ৰ ষষ্ঠ দিনৰ কাৰ্যসূচী...  •  চাউলখোৱাত অসম সাহিত্য সভাৰ সাংস্কৃতিক মৈত্ৰীবন্ধন আৰু ভাৱ বিনিময় অনুষ্ঠানৰ আয়োজন...  •  ধুবুৰী আৱৰ্ত ভৱনৰ সভাকক্ষত চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকক উপহাৰ বিতৰণ কাৰ্যসূচী...  •  বিশিষ্ট সাহিত্যিক-সমাজ সেৱিকা এলী আহমেদলৈ ‘নেতাজী গৰিমা’ বঁটা...  •  উৰিয়ামঘাটত শিশু অপহৰণ, দুষ্ট চক্ৰ জড়িতৰ সন্দেহ আৰক্ষীৰ...  •  গৰৈমাৰী-সোণতলীত জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত 'সাংবাদিকৰ সজাগতা যাত্ৰা'...

অভিনেত্ৰী দিপীকা সিঙৰ মাতৃ আক্ৰান্ত কোৰোনাত…

387

ডিজিটেল ডেস্কঃ কেইবাখনো ধাৰাবাহিকত অভিনয় কৰি জনপ্ৰিয় হৈ পৰা দিপীকা সিঙৰ মাতৃ আক্ৰান্ত হৈছে কোৰোনাত। দিল্লীৰ নিৱাসী দিপীকা সিঙৰ মাতৃয়ে বৰ্তমান দিল্লীত হস্পিতালত লাভ কৰা নাই বিচনা। কেৱল এয়াই নহয় চিকিৎসকে বৰ্তমানলৈ তেওঁক কোনোধৰণৰ কথা ভালকৈ বুজাই নোকোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে কোৰোনাৰ বাবে মুম্বাইতে আৱদ্ধ হৈ থকা অভিনেত্ৰী দিপীকা সিঙে ইষ্টাগ্ৰাম যোগে মুখ্যমন্ত্ৰী কেজৰিৱালক এই বিষয়ৰ সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। উল্লেখ্য যে, দিল্লীত বিগত কেইটামান দিনত অতি বেছিকৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি