ড্ৰাগচৰ গোচৰত ৭ নবেম্বৰ পৰ্যন্ত গ্ৰেপ্তাৰ নহয় দীপিকা পাডুকনৰ মেনেজাৰৰ…

ড্ৰাগচৰ গোচৰত ৭ নবেম্বৰ পৰ্যন্ত গ্ৰেপ্তাৰ নহয় দীপিকা পাডুকনৰ মেনেজাৰৰ…

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনৰ মেনেজাৰ কৰিশ্মা প্ৰকাশক ড্ৰাগচৰ ঘটনাত অন্তিম ৰায় ইতিমধ্যে লাভ কৰিছে। ৭ নবেম্বৰ পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰা নহয়।এনচিবিৰ আদালতে তেওঁৰ শেষৰখন জামিন মঞ্জুৰীৰ আবেদনৰ শুনানিত এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

ন্যায়ালয়ৰ ঘটনাৰ পৰৱৰ্তী শুনানি ৭ নবেম্বৰত সমাপন হব। ন্যায়ালয়ে আদেশ দিছে যে কৰিশ্মা প্ৰকাশক ইয়াৰ বাবে এনচিবি লৈ গৈ নিজৰ বক্তব্য দিব লাগিব।কৰিশ্মাই ভৰষা দিছে যে তেওঁ তদন্তত সহযোগ কৰিব। কৰিশ্মা প্ৰকাশে ৩১ অক্টোৱৰত আদালতত জামিনৰ বাবে আবেদন দাখিল কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in