শেহতীয়া খবৰ
নিজ নিজ বিদ্যালয়ৰ শিক্ষাৰ্থীক ঘৰৰপৰা শিক্ষাদান টীয়কৰ দুই শিক্ষকৰ...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  ইটালীৰ পাছত মৃত্যুৰ ঘণ্টা বাজিছে স্পেইনত, ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু, সবিশেষ তথ্য...  •  জাৰ্মানৰ মন্ত্ৰীয়ে কৰিলে আত্মহত্যা, কোৰোনাৰ ফলত সৃষ্টি হোৱা আৰ্থিক মন্দাৱস্থাক লৈ আছিল চিন্তিত...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সমগ্ৰ বিশ্বত ৭ লক্ষাধিক লোকৰ দেহত কোৰোনা, মৃত্যুৰ সংখ্যা ৩৩ হাজাৰৰো অধিক, পঢ়ক সবিশেষ...  •  সাংসদ পুঁজিৰ ১ কোটি আৰু দৰমহাৰ ১ লাখ টকা কোৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়ালে ৰিপুন বৰাই...  •  বিজেপি নেত্ৰীৰ বাসগৃহ নে ওৱাইন শ্ব’প? আৰক্ষীৰ অভিযানত উদ্ধাৰ ৫ লক্ষাধিক টকাৰ সুৰা, দলৰ পৰাও খালে খেদা... VIDEO  •  লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় আৰু আন সামগ্ৰীসমূহ কঢ়িওৱা বাহন চলাচলত নাথাকিব কোনো প্ৰতিবন্ধকতা...  •  দেশৰ সংকটৰ সময়ত সহায়ৰ বাবে আগবাঢ়ি আহিল ৰ’য়েল গ্ৰুপ, দান কৰিলে ১ কোটি টকা...

আজি মুক্তি পাব- ছপাকঃ পুৱাই মন্দিৰত দীপিকা…

138
  • আজি মুক্তি পাব এছিড আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা দীপিকা পাডুকনৰ ছবি ছপাক।
  • ইতিমধ্যে ছবিখনক কেইবাখনো ৰাজ্যত টেক্স ফী হিচাপে ঘোষণা কৰা হৈছে।
  • চত্তীশগড়. ৰাজস্থান, পঞ্জাৱত টেক্স ফী কৰা হৈছে ছবিখন।
  • এছিড আক্ৰমণৰ বলি হোৱা যুৱতী লক্ষী আগৰৱালৰ বাস্তৱ কাহিনীৰে নিৰ্মাণ কৰা হৈছে ছবিখন।
  • লক্ষী আগৰৱালৰ চৰিত্ৰতে অভিনয় কৰিছে অভিনেত্ৰী দীপিকা পাডুকনে।
  • ছবিখনৰ মুক্তিৰ দিনা পুৱাই মুম্বাইৰ সিদ্ধি বিনায়ক মন্দিৰত উপস্থিত হলগৈ অভিনেত্ৰীগৰাকী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি