শেহতীয়া খবৰ
গহপুৰত ধুমুহাৰ তাণ্ডৱ...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  শুভবুদ্ধি উদয় হ'ল আৰক্ষীৰ! ভাইৰেল ভিডিঅ'ৰ বাবে থানাত হাজিৰ হ'ব নালাগে হিমাংশু...  •  গণৰাজ্য ‌দিৱসৰ প্ৰাকক্ষণত চৰাইদেউত বিস্ফোৰণ...  •  মঙলবাৰে লক্ষ্ণৌলৈ যাব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ  •  গুজৰাটত বিধ্বংসী অগ্নিকাণ্ড  •  নাগৰিকত্ব সংশোধনী আইনে অসমৰ ভাষা, সংস্কৃতি বিপন্ন কৰিব, অসমত ২০২৬ বৰ্ষত হ’বলগীয়া নিৰ্বাচনত অসমীয়াই অস্তিত্ব হেৰুৱাবঃ অগপ বিধায়ক  •  বৰ্ণিল সাংস্কৃতিক বিনিময় অনুষ্ঠানেৰে সামৰণি পৰিল ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ, অসমৰ চহকী কৃষ্টি-সংস্কৃতি দেখি আশ্চৰ্য প্ৰকাশ অষ্ট্ৰেলিয়াৰ পৰ্যটকৰ  •  নগাঁৱৰ জাৰামাৰীত বোৱাৰী হত্যাৰ অভিযোগ, আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা স্বামীৰ, আৰক্ষীৰ জালত স্বামী আনছাৰুল ইছলাম  •  বৰহোলাত জোতাৰ দোকানত পিষ্টলসহ গুলী উদ্ধাৰঃ দুজনক গ্ৰেপ্তাৰ

মধ্যপ্ৰদেশ, চত্তীশগড়ত টেক্স ফ্ৰী দীপিকা পাডুকনৰ ‘ছপাক’…

139

ডিজিটেল ডেস্কঃ ১০ জানুৱাৰীত ছবিঘৰলৈ আহিব দীপিকা পাডুকনৰ বহু প্ৰত্যাশিত ছবি ছপাক (Chhapaak)। মুক্তিৰ পূৰ্বেই ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছে। এছিড আক্ৰমণৰ বলি এগৰাকী যুৱতীৰ বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা ছবিখনক মধ্যপ্ৰদেশ আৰু চত্তীশগড় চৰকাৰে কৰ মুক্ত কৰা হ’ব বুলি ইতিমধ্যে ঘোষণা কৰিছে।

মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে ইতিমধ্যে টুইটাৰযোগে এই ঘোষণা কৰি কয়, ১০ জানুৱাৰীত মুক্তি পাব লগা দীপিকা পাডুকনৰ ছবি ’ছপাক’ মধ্যপ্ৰদেশত টেক্স ফ্ৰী হিচাপে ঘোষণা কৰিলো।’ উল্লেখ্য যে, ছবিখনত দীপিকা পাডুকনে এছিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ চৰিত্ৰ ৰূপায়ন কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি