শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

দীপিকাৰ জন্মদিনত কি উপহাৰ দিলে ৰণবীৰে?

1,772

ডিজিটেল ডেস্কঃ বলিউদত ‘ওম শান্তি ওম’ৰ জৰিয়তে যাত্ৰা আৰম্ভ কৰি বৰ্তমান সমগ্ৰ ভাৰতৰে এগৰাকী প্ৰভাৱশালী অভিনেত্ৰী হিচাপে প্ৰতিষ্ঠা লাভ কৰা দীপিকা পাডুকণৰ আজি জন্মদিন। ৩৩ বছৰত ভৰি দিলে দীপিকাই। কিছুদিনৰ পূৰ্বে অভিনেতা ৰণবীৰ সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা দীপিকাই জন্মদিন উদযাপন কৰিব কলম্বৌত।

স্বামী ৰণবীৰৰ সৈতে জন্মদিন পালন কৰিব দীপিকাই। ২০১৮ বৰ্ষৰ ফৰ্বছ আলোচনীত দেশৰ সবাতোকৈ ধনী মহিলা হিচাপে স্বীকৃতি লাভ কৰিছে দীপিকাই। এখন ছবিৰ বাবদ ১০ কোটিৰো অধিক ধন লোৱা দীপিকাই ২০১৮ বৰ্ষত উৰ্পাজন কৰিছে মুঠ ১১২.৮ কোটি টকা। জন্মদিনৰ শুভমুৰ্হূতত দীপিকাই ছচিয়েল মিডিয়াত জনাইছে বিবাহৰ পাছত এই প্ৰথম জন্মদিনটোত ৰণবীৰেই হৈছে তেওৰ বাবে আটাইতকৈ ডাঙৰ উপহাৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি