ব্ৰঞ্জৰ পদকৰ মেচত পৰাস্ত হ’ল ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়া

ব্ৰঞ্জৰ পদকৰ মেচত পৰাস্ত হ’ল ভাৰতীয় মল্লযুঁজাৰু দীপক পুনিয়া
  • দেশৰ মল্লযুঁজাৰু দীপক পুনিয়া পৰাস্ত।
  • অলিম্পিকৰ ব্ৰঞ্জৰ পদকৰ মেচত পৰাস্ত হৈছে দীপক পুনিয়া।
  • মল্লযুঁজৰ ৮৬ কেজি শাখাত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল দীপক পুনিয়াই।
  • ব্ৰঞ্জৰ পদকৰ মেচত দীপক পুনিয়া ছান মাৰিনোৰ মাইলছ এমিনৰ হাতত ২-৪ৰ ব্যৱধানত পৰাস্ত হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in