শেহতীয়া খবৰ
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰীৰ স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে...  •  দিল্লীৰ এটা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড! স্বত্তাধিকাৰক আটক কৰি সোধ-পোছ আৰক্ষীৰ...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মথুৰাপুৰত ছাত্ৰ সন্থাৰ প্ৰতিবাদী...  •  বাইহাটা চাৰিআলিত ইটা ভৰ্তি বাহনে মাৰিলে মটৰ চাইকেলত খুন্দা, থিতাতে নিহত এজন...  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল... VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল... VIDEO  •  নৰ্থ ইষ্ট কেন্সাৰ হস্পিতালত ফ্ল' চাইট'মেট্ৰি বিষয়ক কৰ্মশালাৰ সফল সমাপ্তি  •  শিৱসাগৰত কেবৰ বিৰোধিতাৰে উলংগ প্ৰতিবাদ, VIDEO  •  গৰৈমাৰীৰ মানসিক বিকাৰগ্ৰস্ত যুৱক তেজপুৰৰ পৰা সন্ধানহীন  •  কেবৰ বিৰুদ্ধে ওলাই আহিল এবিভিপি! সংগঠনটোৰ ১২ সদস্যই নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদত কৰিলে পদত্যাগ

আহিব পাৰে বেয়া খবৰঃ দেৱলীনাই Bigg Boss ক দিব বিদায়!

2,397

ডিজিটেল ডেস্কঃ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ, চিজন-১৩ৰ পৰা অসমবাসীৰ বাবে আহিব পাৰে এটা বেয়া খবৰ। অসমৰ জীয়াৰী দেৱলিনা ভট্টাচাৰ্যই অচিৰেই বিদায় লব পাৰে ৰিয়েলিটি শ্ব’টোৰ পৰা। বিগ বছ ৰিয়েলিটি শ্ব’টোৰ ফালৰ পৰা কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও ইতিমধ্যে এই খবৰে ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

Bigg Boss Khabari য়ে জানিবলৈ দিয়া মতে, বিগ বছত থকা দেৱলীনা বৰ্তমান প্ৰচণ্ড পিঠিৰ বিষত ভুগি আছে। চিকিৎসকে দেৱলীনাক সম্পূৰ্ণৰূপে আৰাম কৰিবৰ বাবে পৰামৰ্শ আগবঢ়াইছে। গতিকে স্বাস্থ্যৰ দিশলৈ মন কৰি দেৱলীলাই অচিৰেই বিগ বছক দিব পাৰে বিদায়। কিন্তু ৰিয়েলিটি শ্ব’টোৰ ফালৰ পৰা এই বিষয়ৰ সন্দৰ্ভত কোনোধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি