অসমত বিজেপি চৰকাৰ এতিয়া থৰক-বৰক!

  • 'অসমত বিজেপি চৰকাৰ এতিয়া থৰক-বৰক।'
  • 'বিজেপিৰ বিভাজনমুখী চক্ৰান্ত সকলোৱে জানিছে।'
  • 'বিজেপিয়ে অসমক অশান্ত কৰাৰ বাবে পৰিকল্পিত চক্ৰান্ত চলাইছে।'
  • 'ব্ৰহ্মপুত্ৰ উপত্যকাৰ ছাত্ৰ-ছাত্ৰীক ভাবুকি দিয়াৰ পিছতো চৰকাৰ নিমাত।'
  • '৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বিজেপিৰ নিৰ্বাচনী টোপ।'
  • 'বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপ ৰাইজে জানিছে।'
  • শনিবাৰে এই মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in