প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ…

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ…
  • বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদ মেল।
  • সংবাদমেলত বিৰোধী দলপতিগৰাকীয়ে কয়-
  • 'নৰেন্দ্ৰ মোদীক হিন্দু বিৰোধী নেতা'
  • 'ইউপিএ চৰকাৰৰ বহু আঁচনিৰ বাবে মোদী চৰকাৰে মোকলাই দিয়া নাই ধন'
  • 'আঁচনি ঘোষণাত ভাল, কিন্তু ৰূপায়নতহে গুৰুত্ব নাই প্ৰধানমন্ত্ৰীৰ।'
  • 'ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাধা দিব কংগ্ৰেছে'
  • 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে সকলোৱে, কিন্তু বিধেয়কখনৰ পক্ষত বিজেপিহে।'
  • লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কটাক্ষ দেৱব্ৰত শইকীয়াৰ।
  • 'কেৱল ক্ষমতাৰ বাবে বিধেয়কখনৰ পক্ষত থিয় দিছে মুখ্যমন্ত্ৰীয়ে'
  • 'ৰাজ্যত এতিয়াও চলি আছে ছিণ্ডিকেট।'
  • ছিণ্ডিকেটক লৈ চিবিআইৰ তদন্তত অসন্তুষ্ট দেৱব্ৰত শইকীয়া।
  • 'কংগ্ৰেছৰ দিনতকৈ এতিয়া বেছিহে দুৰ্নীতি চলিছে।'
  • 'ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এটা নিৰ্বাচনী ঝুমলা।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in