শেহতীয়া খবৰ
তামুলপুৰত ভয়ংকৰ পথ দূৰ্ঘটনা, নিহত এজন  •  আহমেদাবাদত কংগ্ৰেছ নেতা হাৰ্দিক পেটেলৰ জনসভাত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO  •  থিয়নামেৰে জীপাল হ'ল বামুণীমৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তন ঘৰ, চাওক VIDEO...  •  বিজেপিক সমৰ্থনেৰে দিয়া বিবৃতিৰ বাবেই অপসাৰিত হ’ল ২ আক্ৰাছু নেতা  •  ‘বীৰ চক্ৰ’ৰ বাবে ভাৰতীয় বায়ু সেনাৰ পৰা উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰেৰণ...  •  কোকৰাঝাৰত বিপিএফৰ বিশাল সমদল... VIDEO  •  ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ  •  নৱ শৰণীয়া নিজেই জেলৰ ভাত খোৱা মানুহ, তেওঁ আনক কি বুজনি দিবঃ বিশ্বজিত দৈমাৰী  •  আক্ৰাছুৰ ২ নেতাক অপসাৰণ  •  শুৱালকুছিত কংগ্ৰেছৰ সভাতে ভানুক উদ্দেশ্যি শিলগুটি নিক্ষেপ ছদ্মৱেশী বিজেপি সমৰ্থকৰ

প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰীক কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ…

204
  • বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদ মেল।
  • সংবাদমেলত বিৰোধী দলপতিগৰাকীয়ে কয়-
  • ‘নৰেন্দ্ৰ মোদীক হিন্দু বিৰোধী নেতা’
  • ‘ইউপিএ চৰকাৰৰ বহু আঁচনিৰ বাবে মোদী চৰকাৰে মোকলাই দিয়া নাই ধন’
  • ‘আঁচনি ঘোষণাত ভাল, কিন্তু ৰূপায়নতহে গুৰুত্ব নাই প্ৰধানমন্ত্ৰীৰ।’
  • ‘ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাধা দিব কংগ্ৰেছে’
  • ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে সকলোৱে, কিন্তু বিধেয়কখনৰ পক্ষত বিজেপিহে।’
  • লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কটাক্ষ দেৱব্ৰত শইকীয়াৰ।
  • ‘কেৱল ক্ষমতাৰ বাবে বিধেয়কখনৰ পক্ষত থিয় দিছে মুখ্যমন্ত্ৰীয়ে’
  • ‘ৰাজ্যত এতিয়াও চলি আছে ছিণ্ডিকেট।’
  • ছিণ্ডিকেটক লৈ চিবিআইৰ তদন্তত অসন্তুষ্ট দেৱব্ৰত শইকীয়া।
  • ‘কংগ্ৰেছৰ দিনতকৈ এতিয়া বেছিহে দুৰ্নীতি চলিছে।’
  • ‘ছয় জনগোষ্ঠীৰ জনজাতিকৰণ এটা নিৰ্বাচনী ঝুমলা।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি