নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষ, নিহত ৬, আহত ১০

নৈশ বাছ-ট্ৰাকৰ সংঘৰ্ষ, নিহত ৬, আহত ১০

  • মহাৰাষ্ট্ৰৰ পুনে-বাংগালুৰু ৰাষ্ট্ৰয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নৈশ বাছে খুন্দিয়ালে ট্ৰাকত।
  • এই ঘটনাত নিহত হৈছে ৬জনকৈ লোক।
  • পুৱতি নিশা এই ঘটনা সংঘটিত হৈছিল।
  • ইফালে আহত হৈছে অতি কমেও ১০ জন লোক।
  • চাতাৰা নামৰ ঠাইত এই ঘটনা সংঘটিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in