শেহতীয়া খবৰ
গৰৈমাৰীৰ দুখনকৈ গাঁও পঞ্চায়তৰ কংগ্ৰেছী সভানেত্ৰীক দল বিৰোধী কাৰ্যকলাপৰ বাবে বহিষ্কাৰ • বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাকক্ষণত গছ পুলিৰ চাহিদা বৃদ্ধি... • মৰিশালীৰ নিস্তব্ধতাৰ মাজতে নগাঁও কাগজ কলত সোণালী জয়ন্তি... • ৰাজ্যত আৰু ৪২জনৰ দেহত ধৰা পৰিল কোৰোনা ভাইৰাছ... • ৰাজ্যত নতুনকৈ ৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ • গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা কাৰাবন্দীৰ দেহত কোভিড-১৯... • জাজৰি আৰক্ষীৰ বৰ্বৰতাৰ বলি হৈ অৱশেষত কৰুণ মৃত্যুক সাবটিলে গাঁওৰক্ষী বাহিনীৰ সম্পাদকে... • বিস্ময়ঃ শশী ফুকনে কি ক’লে... • অৰুণাচল প্ৰদেশত পুনৰ ৪গৰাকী লোকৰ দেহত কোৰোনা... • নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰৰ তৃতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্তৰ…

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

355
  • শ্ৰীলংকাত ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি।
  • ৬টা ভিন্ন স্থানত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত আহত হৈছে ৫ শতাধিক।
  • শ্ৰীলংকাৰত ইস্তাৰৰ প্ৰস্তুতি চলি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ।

  • হোটেলত আৰু গীৰ্জা চৌহদত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে কূটাঘাত।
  • চাংগিলা আৰু চিন্নামুন গেণ্ড আৰু কিংছবাৰিত সংঘটিত হয় বিস্ফোৰণ।
  • কলম্বোৰ চেইণ্ট এণ্ঠনী গীৰ্জা, চেইণ্ট চেবাছটিয়ানৰ গীৰ্জাত বিস্ফোৰণ হোৱাৰ খবৰ।
  • পঞ্চতাৰকা হোটেল চাংগাৰিয়াত ৩টাকৈ বিস্ফোৰণ হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি