শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি

শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি
  • শ্ৰীলংকাত ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি।
  • ৬টা ভিন্ন স্থানত সংঘটিত হোৱা ধাৰাবাহিক বিস্ফোৰণত আহত হৈছে ৫ শতাধিক।
  • শ্ৰীলংকাৰত ইস্তাৰৰ প্ৰস্তুতি চলি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ।
  • হোটেলত আৰু গীৰ্জা চৌহদত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে কূটাঘাত।
  • চাংগিলা আৰু চিন্নামুন গেণ্ড আৰু কিংছবাৰিত সংঘটিত হয় বিস্ফোৰণ।
  • কলম্বোৰ চেইণ্ট এণ্ঠনী গীৰ্জা, চেইণ্ট চেবাছটিয়ানৰ গীৰ্জাত বিস্ফোৰণ হোৱাৰ খবৰ।
  • পঞ্চতাৰকা হোটেল চাংগাৰিয়াত ৩টাকৈ বিস্ফোৰণ হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in