চীনৰ ৰসায়নিক কাৰখানাত বিস্ফোৰণ, নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি…

চীনৰ ৰসায়নিক কাৰখানাত বিস্ফোৰণ, নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি…
  • পূব চীনত ভয়ংকৰ কেমিকেল বিস্ফোৰণ ।
  • জিয়াংছু প্রদেশেৰ ইয়েনচেংৱেৰ তিয়ানজিয়াৰ এটা ৰসায়ানিক কাৰখানাত সংঘটিত হয় বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত সংখ্যা ৪৪ জনলৈ বৃদ্ধি।
  • আনহাতে আহত হৈছে প্ৰায় অৰ্ধ শতাধিক।
  • বিস্ফোৰণত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।
  • যোৱা বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২.৫০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in