শেহতীয়া খবৰ
মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা... • অৱশেষত আৰম্ভ হ'ল সোণতলীৰ আৰিকাটি বৰদিয়া নয়াপাৰা সংযোগী দলং মেৰামতিৰ কাম • বানপানীয়ে প্ৰাণ কাঢ়িলে নগৰবেৰাৰ এগৰাকী কৃষকৰ... • অসম চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা কেতিয়া পাব, কাটিব নেকি দৰমহাৰ শতাংশ... • ঝাৰখণ্ডত আৰক্ষীৰে সংঘৰ্ষত ৩ নক্সালবাদীৰ মৃত্যু... • "কোৰোনাই নামাৰে, আমি খাবলৈ নাপাইহে মৰি থাকিম, আমাক ৰক্ষা কৰক", কোৱাৰেন্টাইন চেন্টাৰত থকা যুৱকে কিয় ক'লে এনেকৈ, VIDEO • অসমৰ আকাশত ওলোটা ৰামধেনু, অশনি সংকেত বুলি ছ'চিয়েল মিডিয়াত চৰ্চা, প্ৰকৃততে কিয় ওলোটাকৈ ওলাই ৰামধেনু • হাজোৰ সনাতন ডেকাৰ হত্যাকাণ্ডঃ পলাতক খবিৰউদ্দিন আহমেদক গ্ৰেপ্তাৰ...

চীনৰ ৰসায়নিক কাৰখানাত বিস্ফোৰণ, নিহতৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি…

135
  • পূব চীনত ভয়ংকৰ কেমিকেল বিস্ফোৰণ ।
  • জিয়াংছু প্রদেশেৰ ইয়েনচেংৱেৰ তিয়ানজিয়াৰ এটা ৰসায়ানিক কাৰখানাত সংঘটিত হয় বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত সংখ্যা ৪৪ জনলৈ বৃদ্ধি।
  • আনহাতে আহত হৈছে প্ৰায় অৰ্ধ শতাধিক।
  • বিস্ফোৰণত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।
  • যোৱা বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২.৫০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
  • বিস্ফোৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি