শেহতীয়া খবৰ
জাজৰি উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ৰ কেন্দ্ৰত বহিঃৰাজ্যৰ পৰা অহা পৰা অহা ৮০লোকক কোৱাৰেণ্টাইন... • অৰুণাচল প্ৰদেশত পুনৰ বৃদ্ধি কোৰোনা ৰোগীৰ সংখ্যা... • নগাঁও চহৰত নিশা যুৱকৰ অস্বাভাৱিক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূন্যলৈ গুলী চালনা... • মুপা আৰু মাইবাং ষ্টেচনৰ মাজত ব্যাহত ৰেল সেৱা... • বৰ্ণ বৈষম্যতা! আৰক্ষীৰ হাতত কৃষ্ণাংগৰ মৃত্যুক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ হাজাৰ হাজাৰ জনতাৰ... • ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন... • নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি...VIDEO • মেট্ৰিক-হাইমাদ্ৰাছাৰ ফলাফল লাভ কৰিব কোন কেইটা ৱেবছাইটত... পঢ়ক সবিশেষ... • ভাৰতত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ২ লাখৰো অধিকলৈ বৃদ্ধি... • বকোত ওলাল দ্বিতীয়গৰাকী কোভিড-১৯ত আক্ৰান্ত লোক...

অৰুণাচলত নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

1,330
  • অৰুণাচলত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • দামালাজুৰ বিধায়ক টিৰং আবুৰ লগতে হত্যা কৰা হৈছে আন কেইবাজনো লোকক।
  • আনুষ্ঠানিকভাবে ৬ জন লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছে বৰ্তমানলৈকে।
  • এক সূত্ৰ অনুসৰি নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি।
  • গুলীচালনাত বিধায়কজনৰ লগতে চালক-দেহৰক্ষীসহ ১১ জনে লোকে হেৰুৱাইছে প্ৰাণ।
  • বিধায়কজনৰ লগতে নিহত হৈছে তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্য।
  • অৰুণাচলৰ টিৰাপ জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আইএম)ৰ সদস্যই গুলীয়াই হত্যা কৰাৰ সন্দেহ বিধায়কজনক।
  • পাচুটং নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে ১৪৪ ধাৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি