অৰুণাচলত নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি

অৰুণাচলত নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি
  • অৰুণাচলত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • দামালাজুৰ বিধায়ক টিৰং আবুৰ লগতে হত্যা কৰা হৈছে আন কেইবাজনো লোকক।
  • আনুষ্ঠানিকভাবে ৬ জন লোকৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছে বৰ্তমানলৈকে।
  • এক সূত্ৰ অনুসৰি নিহতৰ সংখ্যা ১১ জনলৈ বৃদ্ধি।
  • গুলীচালনাত বিধায়কজনৰ লগতে চালক-দেহৰক্ষীসহ ১১ জনে লোকে হেৰুৱাইছে প্ৰাণ।
  • বিধায়কজনৰ লগতে নিহত হৈছে তেওঁৰ পৰিয়ালৰ কেইবাজনো সদস্য।
  • অৰুণাচলৰ টিৰাপ জিলাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।
  • নগা বিদ্ৰোহী সংগঠন এন এছ চি এন(আইএম)ৰ সদস্যই গুলীয়াই হত্যা কৰাৰ সন্দেহ বিধায়কজনক।
  • পাচুটং নামৰ ঠাইত সংঘটিত হৈছে এই ঘটনা।
  • ঘটনাৰ পিছতে অঞ্চলটোত জাৰি কৰা হৈছে ১৪৪ ধাৰা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in