শেহতীয়া খবৰ
ওড়িশ্যাৰ বালাংগিৰৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে...  •  নদীৰ কোবাল সোত! হিমাচলপ্ৰদেশত কথমপি প্ৰাণৰক্ষা পৰিল দুজনৰ...  •  দিল্লীত ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা এজনৰ...  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোডী... VIDEO  •  জাতীয় পতাকাক অপমান! বিজেপি কাৰ্যালয়ত অংকন কৰা পতাকা গচকিলে একাংশ নেতা-কৰ্মীয়ে, চাওক VIDEO...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  বিশ্বৰ আটাইতকৈ ধনী পৰিয়ালৰ তালিকাৰ শীৰ্ষত কোন? আম্বানী পৰিয়ালে লাভ কৰিছেনে স্থান...  •  অশান্ত জম্মু-কাশ্মীৰ! পাক সেনাৰ গুলীত ছহীদ লেন্স নায়ক সন্দীপ থাপা...  •  বেলতলাৰ বাসগৃহতে শনিবাৰে থাকিব শিক্ষাবিদ টাবুৰাম টাইডৰ নশ্বৰদেহ, দেওবাৰে ঘূণাসুঁতিত হ’ব অন্ত্যেষ্টিক্ৰিয়া...

বান আৰু ভূমিস্খলনত নেপালত নিহতৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি…

145
  • বান আৰু ভূমিস্খলনৰ ফলত ক্ৰমাৎ অৱনতি ঘটিছে নেপালৰ পৰিস্থিতি।
  • বান আৰু ভূমিস্খলনত নিহতৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি।
  • নেপালৰ গৃহ মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য।
  • আনহাতে এই মুহূৰ্তলৈকে সন্ধানহীন হৈছে আছে ৩১ জন লোক।
  • আহত হৈছে ৪১ জন।
  • কাঠমাণ্ডুকে ধৰি ৰাষ্ট্ৰখনৰ অন্যান্য প্ৰান্তত বৰ্তমানলৈকে ৩৩৬৬ জনক উদ্ধাৰ কৰা হৈছে।
  • ৰাষ্ট্ৰখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি