বান আৰু ভূমিস্খলনত নেপালত নিহতৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি…

বান আৰু ভূমিস্খলনত নেপালত নিহতৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি…
  • বান আৰু ভূমিস্খলনৰ ফলত ক্ৰমাৎ অৱনতি ঘটিছে নেপালৰ পৰিস্থিতি।
  • বান আৰু ভূমিস্খলনত নিহতৰ সংখ্যা ৮৮ জনলৈ বৃদ্ধি।
  • নেপালৰ গৃহ মন্ত্ৰণালয়ে সদৰি কৰিছে এই তথ্য।
  • আনহাতে এই মুহূৰ্তলৈকে সন্ধানহীন হৈছে আছে ৩১ জন লোক।
  • আহত হৈছে ৪১ জন।
  • কাঠমাণ্ডুকে ধৰি ৰাষ্ট্ৰখনৰ অন্যান্য প্ৰান্তত বৰ্তমানলৈকে ৩৩৬৬ জনক উদ্ধাৰ কৰা হৈছে।
  • ৰাষ্ট্ৰখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ কৰাৰ বাবে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in