বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ পত্নী বন্দনা মেধি আৰু নাই…

বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ পত্নী বন্দনা মেধি আৰু নাই…
  • বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ পত্নীৰ মৃত্যু ।
  • বুধবাৰে পুৱতি নিশা ৪ বাজি ৩০ মিনিটত ইহলীলা সম্বৰন কৰে বন্দনা মেধিয়ে ।
  • ২০১১ ছনৰ ২৫ জুনত মৃত্যু হৈছিল বিশিষ্ট গল্পকাৰ সৌৰভ চলিহাৰ ।
  • তাৰ পিছত বিশেষ ভাবে সক্ষম কন্যাৰ সৈতে বাস কৰিছিল বন্দনা মেধি ।
  • মাতৃ বিয়োগৰ পিছত সৌৰভ চলিহাৰ কন্যাকলৈ চিন্তিত তেওঁৰ গুণগ্ৰাহী সকল ।
  • ৰাজ্য চৰকাৰক কন্যাৰ চোৱা চিতা কৰিবলৈ বিশেষ অনুৰোধ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in