শেহতীয়া খবৰ
জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...

বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ পত্নী বন্দনা মেধি আৰু নাই…

202
  • বিশিষ্ট গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ পত্নীৰ মৃত্যু ।
  • বুধবাৰে পুৱতি নিশা ৪ বাজি ৩০ মিনিটত ইহলীলা সম্বৰন কৰে বন্দনা মেধিয়ে ।
  • ২০১১ ছনৰ ২৫ জুনত মৃত্যু হৈছিল বিশিষ্ট গল্পকাৰ সৌৰভ চলিহাৰ ।
  • তাৰ পিছত বিশেষ ভাবে সক্ষম কন্যাৰ সৈতে বাস কৰিছিল বন্দনা মেধি ।
  • মাতৃ বিয়োগৰ পিছত সৌৰভ চলিহাৰ কন্যাকলৈ চিন্তিত তেওঁৰ গুণগ্ৰাহী সকল ।
  • ৰাজ্য চৰকাৰক কন্যাৰ চোৱা চিতা কৰিবলৈ বিশেষ অনুৰোধ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি