নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু…

নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু…
  • নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু ।
  • লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য বিচাৰি ওলাই আহিছিল হাতীটো ।
  • ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ।
  • বিদ্যুৎস্পৃষ্ট হৈ সমীপৰ এটা পুখুৰীত পৰি যায় হাতীটো ।
  • প্রায় ৭জনীয়া হাতীৰ এটা দল ওলাই আহিছিল অভয়াৰণ্যৰ পৰা ।
  • নগাঁও জিলা বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ অভিযোগ ।
  • তাঁৰ ওলমি থকাৰ পিছতো দীৰ্ঘদিনে মেৰামতি নকৰাৰ অভিযোগ ।
  • জুৰীয়াৰ গংগাৰাম ঘাটৰ সমীপত এই ঘটনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in