শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু…

  • নগাঁৱৰ জুৰীয়াত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু ।
  • লাওখোৱা অভয়াৰণ্যৰ পৰা খাদ্য বিচাৰি ওলাই আহিছিল হাতীটো ।
  • ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু ।
  • বিদ্যুৎস্পৃষ্ট হৈ সমীপৰ এটা পুখুৰীত পৰি যায় হাতীটো ।
  • প্রায় ৭জনীয়া হাতীৰ এটা দল ওলাই আহিছিল অভয়াৰণ্যৰ পৰা ।
  • নগাঁও জিলা বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ অভিযোগ ।
  • তাঁৰ ওলমি থকাৰ পিছতো দীৰ্ঘদিনে মেৰামতি নকৰাৰ অভিযোগ ।
  • জুৰীয়াৰ গংগাৰাম ঘাটৰ সমীপত এই ঘটনা ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি