মহানগৰীৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সমীপত পুৰুষৰ মৃতদেহ উদ্ধাৰ…

মহানগৰীৰ জিলা পৰিবহণ কাৰ্যালয়ৰ সমীপত পুৰুষৰ মৃতদেহ উদ্ধাৰ…
  • মহানগৰীত পুনৰ উদ্ধাৰ হৈছে মৃতদেহ।
  • মহানগৰীৰ বেতকুছিত উদ্ধাৰ হৈছে এই মৃতদেহ।
  • উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী পুৰুষৰ।
  • জিলা পৰিবহণ কাৰ্যালয়ৰ সমীপৰ এটা নলাত উদ্ধাৰ মৃতদেহটো।
  • হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ একাংশ লোকৰ।
  • এতিয়ালৈ চিনাক্ত কৰিব পৰা নাই মৃতদেহটোৰ পৰিচয়।
  • ঘটনা সন্দৰ্ভত গড়চুক আৰক্ষীৰ তদন্ত অব্যাহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in