ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনীয়াৰৰ দেহাৱসান…

ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনীয়াৰৰ দেহাৱসান…
  • ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা বাবুল খাটনীয়াৰৰ জীৱন নাটৰ অৱসান ৷
  • আজি বৰপেটা মেডিকেল কলেজ হাস্পাটালত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে শিল্পীগৰাকীৰ ৷
  • সম্প্ৰতি গুৰুতৰভাৱে অসুস্থ হৈ পৰা শিল্পীগৰাকীক উন্নত চিকিৎসাৰ বাবে ৰবিবাৰে GMCH লৈ নিবলৈ ওলোৱাৰ সময়তেই মৃত্যু হয় অভিনেতাগৰাকীৰ ৷
  • কিডনীৰ ৰোগত ভূগি থকা অভিনেতাগৰাকী বৰপেটা মেডিকেল কলেজ হস্পিতালত চিকিৎসাধীন অৱস্থাত কোৰোণাত আক্ৰান্ত হৈছিল ৷
  • অবশ্যে শেহতীয়াভাৱে কোৰোণাৰ ফলাফল নিগেটিভ আহিছিল অভিনেতাগৰাকীৰ ৷
  • অভিনেতাগৰাকীৰ মৃত্যুত বৰপেটাত শোকৰ ছাঁ ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in