প্ৰতিকী ফটো
প্ৰতিকী ফটো

মহানগৰীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

  • মহানগৰীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • পাঞ্জাবাৰীত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ।
  • মছজিদ চ'কৰ সমীপত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত হোৱা নাই।
  • মৃত লোকজন প্ৰায় ৪৫ বছৰ মান বয়সৰ হ'ব বুলি সন্দেহ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in