মহানগৰীৰ মীনাক্ষী ল’জত মৃতদেহ উদ্ধাৰ

মহানগৰীৰ মীনাক্ষী ল’জত মৃতদেহ উদ্ধাৰ
  • মহানগৰীৰ ল'জত মৃতদেহ উদ্ধাৰ।
  • মীনাক্ষী ল'জত উদ্ধাৰ হৈছে মৃতদেহ।
  • উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বাংগালুৰুৰ এজন লোকৰ বুলি চিনাক্ত।
  • লোকজনৰ নাম শ্ৰীনিৱাস ৰাঘৱন নৰছিমা।
  • লোকজনৰ পৰা উদ্ধাৰ আধাৰ কাৰ্ড আৰু দুটা বেগ।
  • ৪ দিন পূৰ্বে লোকজনৰ মৃত্যুৰ সন্দেহ আৰক্ষীৰ।
  • পলাতক ল'জনৰ কেয়াৰ টেকাৰ থানেশ্বৰ কলিতা।
  • সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in