শেহতীয়া খবৰ
ঢকুৱাখনাৰ লেচেৰা পথাৰত নৌ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা ৬ শিক্ষাৰ্থীৰ...  •  'গাধৰ দৰে কাম কৰিছে APCC য়ে'- সভাপতিৰ ঘোষণাৰ পিছতে বিস্ফোৰণ প্ৰাক্তন মন্ত্ৰী নীলমণিৰ  •  পুত্ৰৰ প্ৰহাৰত প্ৰাণ গ'ল ৯০ বছৰীয়া পিতৃৰ...  •  ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক গোপাল চন্দ্র মালাকাৰক গ্রেপ্তাৰ...  •  সময়মতে মথাউৰি নিৰ্মাণ নকৰাৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পানীয়ে- ৰিপুন বৰা...  •  প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাক বহিষ্কাৰ...  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  নাহৰলগুণ কৃষ্টি কেন্দ্রৰ বিহু সন্মিলনঃ য়েছে দৰজে ঠংচি, ভুৱন শইকীয়া, মকবুল হুছেইনক সম্বর্ধনা….  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...  •  ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ...

মুছলপুৰত ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয় কেন্দ্ৰ উদ্বোধন…

ডিজিটেল সংবাদ বাক্সাঃ বাক্সাৰ মুছলপুৰত শুকুৰবাৰে এটা ধান ক্ৰয় কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ভাৰতীয় খাদ্য নিগমৰ ধান ক্ৰয়ৰ এই কেন্দ্ৰ বাক্সা উদ্বোধ কৰে বিটিচিৰ পশুপালন আৰু মীন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই। এই ঘান ক্ৰয় কেন্দ্ৰ উদ্বোধন কৰি ৰাকেশ ব্ৰহ্মই কয় যে, কৃষক সকলে নিজে কষ্ট কৰি যাতে উচিত মূল্য পায় তাৰ কাৰণে ধান ক্ৰয় কন্দ্ৰটোৱে সকাহ পাব।