বিশ্ব বেংকৰ ১৩সংখ্যক অধ্যক্ষ হ’ল ডেভিদ মালপাছ…

বিশ্ব বেংকৰ ১৩সংখ্যক অধ্যক্ষ হ’ল ডেভিদ মালপাছ…
  • বিশ্ব বেংকৰ নতুন অধ্যক্ষ পদত ডেভিদ মালপাছ।
  • অধ্যক্ষ পদ গ্ৰহণ কৰাৰ পাছত তেওঁ কয় যে- 'উৎসাহ আৰু তৎপৰতাৰে এই কাম কৰিম।'
  • মালপাছে ৱাশ্বিংটনত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয়ত ১৩ সংখ্যক অধ্যক্ষ হিচাপে দায়িত্ব ভাৰ চম্ভালে।
  • তেওঁ লগতে কয়- 'মোক এই পদৰ দায়িত্ব দিয়াৰ বাবে ব'ৰ্ডৰ সঞ্চালক আৰু গৱৰ্ণৰক ধন্যবাদ জনাইছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in