দৰঙৰ খটৰা সত্ৰত অনুষ্টুপিয়াকৈ উদযাপিত হ’ব পাচেতি মহোৎসৱ…

দৰঙৰ খটৰা সত্ৰত অনুষ্টুপিয়াকৈ উদযাপিত হ’ব পাচেতি মহোৎসৱ…
  • দৰঙৰ ঐতিহাসিক খটৰা সত্ৰৰ পাচেতি মহোৎসৱ এইবাৰ অনুষ্টুপিয়াকৈ উদযাপিত হ'ব।
  • কোভিড মহামাৰীৰ বাবে এই সিদ্ধান্ত খটৰা সত্ৰ পৰিচালনা সমিতিৰ।
  • দুদিনীয়াকৈ উদযাপন কৰা হ'ব পাচেতি মহোৎসৱ।
  • কেৱলমাত্ৰ ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হৱ মহোৎসৱটি, নাথাকে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, মেলা।
  • ১৬চেপ্তেম্বৰৰ সন্ধিয়া আৰম্ভ হৈ ১৭চেপ্তেম্বৰৰ সন্ধিয়া সামৰণি পৰিব মহোৎসৱটি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in