দৰঙৰ হাপামাৰা ননৈ ঘাটৰ প্ৰতিমা বিসৰ্জনস্থলীত অঘটন… VIDEO

দৰঙৰ হাপামাৰা ননৈ ঘাটৰ প্ৰতিমা বিসৰ্জনস্থলীত অঘটন… VIDEO
  • মঙলবাৰে দৰঙৰ হাপামাৰা ননৈ ঘাটৰ প্ৰতিমা বিসৰ্জনথলীত সংঘটিত হ'ল অঘটন।
  • অগ্নিদগ্ধ হৈ গুৰুতৰ ভাৱে আহত এজন যুৱক।
  • আহত যুৱকজন কৈকাৰাৰ দিগন্ত বৰুৱা।
  • লেঙেৰীয়াঝাৰ আঞ্চলিক দুৰ্গা পূজাৰ প্ৰতিমা বিসৰ্জনৰ দিবলৈ আহিছিল হাপামাৰালৈ।
  • মুখেৰে কেৰাচিন ছটিয়াই জুই জ্বলোৱাৰ বিপদজনক খেল দেখুওৱা অৱস্থাত সংঘটিত হয় এই ঘটনা।
  • আহত যুৱক জনক প্ৰেৰণ কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in