শেহতীয়া খবৰ
ভূমিকম্পই কঁপালে গুৱাহাটী মহানগৰ...  •  ৰাজ্যত আকৌ ২৬৪০জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৯৩২০জনলৈ বৃদ্ধি...  •  দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩,৫৬৮ জনলৈ বৃদ্ধি...  •  কোকৰাঝাৰত আকৌ কোৰোনাত আক্ৰান্ত দুজনে হেৰুৱালে প্ৰাণ...  •  ধেমাজিত আকৌ ৭১জন কোভিড পজিটিভ, মৃত্যু এজনৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ১৬জনৰ মৃত্যু...  •  বিশিষ্ট চিকিৎসক-লেখক ডাঃ জিতেন বৰকাকতিৰ ‘Secondary Education In Assam’ গ্ৰন্থ উন্মোচন...  •  বিটিআৰ চুক্তি ৰূপায়নৰ দাবীত এবছুৰ মমবাতি প্ৰজ্জ্বলন...  •  নাৰায়ণপুৰত ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কেন্দ্ৰ উৎখাত, আটক এজনক...  •  কোৰোনা মহামাৰীৰ মাজতে পৰ্যটকৰ বাবে পুনৰ খোলা হ’ল তাজমহল...

দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩৪০৯ জনলৈ বৃদ্ধি…

38

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাত প্ৰতিদিনে বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰে জিলা স্বাস্থ্য বিভাগে জিলা তথ্য আৰু জনসংযোগ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ মতে বুধবাৰে দিনৰ ভাগত জিলাখনৰ ৩০ জন লোক নতুনকৈ আক্ৰান্ত হৈছে কোভিড-১৯ত।

এই সকলকে ধৰি দৰঙত কোৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩,৪০৯ জনলৈ বৃদ্ধি পালে। আনহাতে, বুধবাৰ পৰ্যন্ত জিলাখনৰ পৰা ২৮৮৮ জন ৰোগীক সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি