দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
  • ৰৈ থকা ট্রাকত খুন্দা মাৰিলে এখন মিনি ট্রাকে।
  • দুৰ্ঘটনাত নিহত মিনি ট্ৰাকৰ চালকজন।
  • মিনি ট্ৰাকখনৰ নম্বৰ এএছ ০৭ বিচি ১৫৭৫।
  • ইটানগৰত পাচলি বিক্রী কৰি বৰপেটালৈ গৈ আছিল মিনি ট্রাকখন।
  • বৰপেটালৈ গৈ থকা সময়ত পুৱতি নিশা বুঢ়ীগাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • গুৰুতৰভাৱে আঘাতপ্রাপ্ত জেছমিন নামৰ এগৰাকী মহিলা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in