শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২১৫জন কোভিড পজিটিভ, সুস্থ হৈছে ২৮৩২জন...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ দুজনৰ মৃত্যু...  •  বিহাৰ বিধানসভা নিৰ্বাচন...  •  ৩১ অক্টোবৰত চাব আকাশলৈ, দেখা পাব ‘ব্লু মুন’...  •  উত্তৰ প্ৰদেশৰ গো হত্যা আইনৰ অপব্যৱহাৰকলৈ উদ্বেগ প্ৰকাশ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ...  •  হাথৰছ ধৰ্ষণ-হত্যাকাণ্ডঃ মঙলবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব কিছু গুৰুত্বপূৰ্ণ ৰায়দান...  •  হাতে হাতে দা-তৰোৱাল, তিনিচুকীয়াত বজৰং দলৰ সশস্ত্ৰ বাইক ৰেলী...  •  নৱমী পূজাৰ নিশা বৰপেটাৰোডত সাংবাদিক আক্ৰমণৰ ঘটনা...  •  আইপিএলৰ পৰা বাহিৰ হ’ল চেন্নাই...  •  জম্মু-কাশ্মীৰৰ পিপলছ ডেম’ক্ৰেটিক পাৰ্টীৰ মুৰব্বী মেহবুবা মুফতীৰ মন্তব্যক লৈ সৰৱ তিনি নেতাৰ পদত্যাগ...

দৰঙৰ দলগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত এজন…

77
  • দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।
  • ৰৈ থকা ট্রাকত খুন্দা মাৰিলে এখন মিনি ট্রাকে।
  • দুৰ্ঘটনাত নিহত মিনি ট্ৰাকৰ চালকজন।
  • মিনি ট্ৰাকখনৰ নম্বৰ এএছ ০৭ বিচি ১৫৭৫।
  • ইটানগৰত পাচলি বিক্রী কৰি বৰপেটালৈ গৈ আছিল মিনি ট্রাকখন।
  • বৰপেটালৈ গৈ থকা সময়ত পুৱতি নিশা বুঢ়ীগাঁৱত এই দুৰ্ঘটনা সংঘটিত হৈছে।
  • গুৰুতৰভাৱে আঘাতপ্রাপ্ত জেছমিন নামৰ এগৰাকী মহিলা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি