দৰঙত শনিবাৰে কোৰোনাত আক্ৰান্ত ৬ জন…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যখনৰ আন ৰাজ্যৰ সমান্তৰালকৈ দৰঙতো ক্ৰমে দিনকদিনে বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰে দিনৰ ভাগত জিলাখনৰ ৬ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।

এই সকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে। আনহাতে এইসকলৰ ভিতৰত আজি পৰ্যন্ত ১৭ জন ৰোগী সুস্থ হৈ উঠিছে আৰু ১৫ জন চিকিৎসাধীন হৈ আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in