শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

দৰঙত শনিবাৰে কোৰোনাত আক্ৰান্ত ৬ জন…

ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যখনৰ আন ৰাজ্যৰ সমান্তৰালকৈ দৰঙতো ক্ৰমে দিনকদিনে বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। শনিবাৰে দিনৰ ভাগত জিলাখনৰ ৬ জন লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।

এই সকলক ধৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা দৰঙত কোভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পালে। আনহাতে এইসকলৰ ভিতৰত আজি পৰ্যন্ত ১৭ জন ৰোগী সুস্থ হৈ উঠিছে আৰু ১৫ জন চিকিৎসাধীন হৈ আছে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি