ভাইৰেল ফোন ৰেকৰ্ডিংঃ দমন আৰু ডিউৰ বিজেপিৰ সভাপতিৰ পদত্যাগ

  • দমন আৰু ডিউৰ বিজেপিৰ সভাপতি গোপাল টাণ্ডেলৰ পদত্যাগ।
  • বুধবাৰে সভাপতি পদৰ পৰা পদত্যাগ কৰে গোপাল টাণ্ডেলে।
  • বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে স্বীকাৰ কৰিছে তেওঁৰ পদত্যাগ পত্ৰ।
  • টাণ্ডেলৰ এটা ফোন ৰেকৰ্ডিং ভাইৰেল হৈ পৰাৰ পিছতে তেওঁৰ পদত্যাগৰ দাবী উত্থাপন হৈছিল।
  • আনহাতে বিজেপিৰ পৰা টেণ্ডালক বহিস্কাৰ কৰা সন্দৰ্ভতো দাবী তুলিছে বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in