শেহতীয়া খবৰ
বিয়াত সুৰা সেৱন কৰাত নাই কোনো বাধাঃ চৰকাৰে দিলে এই নিৰ্দেশ, ক'ত?  •  নাগালেণ্ডত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৩৫লৈ বৃদ্ধি...  •  বিশ্বনাথত পুনৰ ১৫ গৰাকী লোকৰ দেহত COVID-19  •  সংঘাতৰ মাজতে লাডাখলৈ যাব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং...  •  কোৰোনাঃ জুন মাহত ভাৰতত আক্ৰান্তৰ সংখ্যা দেখিলে আচৰিত হ'ব আপুনি...  •  চীনক ভাৰতে দিলে আন এক প্ৰচণ্ড আঘাত...  •  আমৰিকাত ২৪ঘন্টাত ৫২হাজাৰ লোকৰ দেহত ধৰা পৰিছে কোৰোনা...  •  ৰোগীয়ে ব্যৱহাৰ কৰা চেলাইন-বেজীৰ টোপোলা চিকিৎসা কৰ্মীয়ে পেলালে জীয়াঢলত, তদন্ত কৰিবলৈ উপস্থিত জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক...  •  ৰাজ্যত পুনৰ ৪০৮জনৰ দেহত কোভিড-১৯, যোৱা ২৪ ঘন্টাত গুৱাহাটী মহানগৰীতে কোৰোনাত আক্ৰান্ত ৩৭৮জন...  •  লকডাউন উলংঘনঃ মহানগৰীত বুধবাৰে জব্দ ৫৮খন বাহন, গ্ৰেপ্তাৰ ৫জনক...

অসম কন্যা পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’…

906
  • অসমৰ পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’।
  • “শ্ৰেষ্ঠ ট্ৰেণ্ডিং আইকন” হিচাপে পৰিস্মিতা হাজৰিকাই লাভ কৰে এই বঁটা।
  • যোৱা ৭ অক্টোবৰ, ২০১৯ত মুম্বাইত এই বঁটা গ্ৰহণ কৰে পৰিস্মিতাই।
  • তেওঁ এই সাফল্যৰ বাবে ফেচবুকত এটা পোষ্টৰ জৰিয়তে পিতৃ-মাতৃ আৰু বন্ধুবৰ্গক কৃতজ্ঞতা জনায় ৷
  • উল্লেখ্য যে, শিৱসাগৰত জন্মগ্ৰহণ কৰা পৰিস্মিতা বৰ্তমান মুম্বাইৰ নিবাসী।
  • পৰিস্মিতাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আইন অধ্যয়ন কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি