অসম কন্যা পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’…

অসম কন্যা পৰিস্মিতা হাজৰিকালৈ ‘দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯’…
  • অসমৰ পৰিস্মিতা হাজৰিকালৈ 'দাদাচাহেব ফাল্কে আইকন এৱাৰ্ডছ ২০১৯'।
  • "শ্ৰেষ্ঠ ট্ৰেণ্ডিং আইকন" হিচাপে পৰিস্মিতা হাজৰিকাই লাভ কৰে এই বঁটা।
  • যোৱা ৭ অক্টোবৰ, ২০১৯ত মুম্বাইত এই বঁটা গ্ৰহণ কৰে পৰিস্মিতাই।
  • তেওঁ এই সাফল্যৰ বাবে ফেচবুকত এটা পোষ্টৰ জৰিয়তে পিতৃ-মাতৃ আৰু বন্ধুবৰ্গক কৃতজ্ঞতা জনায় ৷
  • উল্লেখ্য যে, শিৱসাগৰত জন্মগ্ৰহণ কৰা পৰিস্মিতা বৰ্তমান মুম্বাইৰ নিবাসী।
  • পৰিস্মিতাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত আইন অধ্যয়ন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in